ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৫ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৫ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ডিচেম্বৰ ১

“বৰ্তমান লোকসকলে বেয়া খবৰবোৰ শুনি নিৰুদ্যম হোৱা অনুভৱ কৰিছে। ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু ২ তীমথিয় ৩:⁠১ পদটো পঢ়ি আলোচনীখনৰ ২২ পৃষ্ঠা খুলক।] এই আলোচনীখনে মানৱজাতিৰ সম্বন্ধে এক শুভ সংবাদৰ বিষয়ে আলোচনা কৰিছে।”

সচেতন! ডিচেম্বৰ ২২

“আজিৰ পৰা প্ৰায় ৮৫ বছৰৰ পূৰ্বে এক মহামাৰীৰ ফলত ২৪ সপ্তাহৰ ভিতৰত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৪ বছৰৰ ভিতৰত এইড্‌ছৰ দ্বাৰা মৃত্যু হোৱা লোকতকৈ অধিক। কিছুমানৰ মতে, ই ইতিহাসৰ সকলোতকৈ মাৰাত্মক মহামাৰী আছিল। আপুনি স্পেনিছ ফ্লুৰ বিষয়ে শুনিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত পুনৰাই এনে মাৰাত্মক ৰোগে দেখা দিব নে নাই, সেই বিষয়ে বৰ্ণনা কৰা হৈছে। তদুপৰি ইয়াত ভৱিষ্যতৰ বাবে এক আশা প্ৰদান কৰিছে।” তাৰ পিছত যিচয়া ৩৩:⁠২৪ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ ডিচেম্বৰ ১

“ঈশ্বৰক বিশ্বাস কৰা বহুতো লোকে তেওঁৰ কাষ চাপিবলৈ ইচ্ছা কৰে। আপুনি জানেনে যে ঈশ্বৰে তেওঁৰ কাষ চাপিবলৈ আমাক নিমন্ত্ৰণ কৰিছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পিছত যাকোব ৪:⁠৮ পদটো পঢ়ি আলোচনীখনৰ ৮ পৃষ্ঠা খুলক।] এই আলোচনীখনে ঈশ্বৰৰ কাষ চাপিবলৈ লোকসকলক নিজৰ বাইবলখন ব্যৱহাৰ কৰিবলৈ সহায় আগবঢ়ায়।”

সচেতন! জানুৱাৰী

“আজিৰ পৰা ২০ বা ৩০ বছৰৰ পিছত জগতখনৰ পৰিস্থিতি কেনে হʼব, সেই বিষয়ে আপুনি কেতিয়াবা ভাবিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পিছত গীত ১১৯:⁠১০৫ পদটো পঢ়ক।] ভৱিষ্যতে আমাৰ জীৱন কেনে ধৰণে পৰিচালিত হʼব, সেই সম্বন্ধে বাইবেলে এক দীপ্তিময় পথৰ বিষয়ে কৈছে। এই আলোচনীখনত উল্লেখ কৰা ভৱিষ্যতবাণীসমূহে দেখুৱাইছে যে আমি সময়ৰ কেনে প্ৰবাহত জীয়াই আছোঁ আৰু আমি কিয় এক উজ্জ্বল ভৱিষ্যতৰ অপেক্ষা কৰিব পাৰোঁ।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক