ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৫ পৃষ্ঠা ৩-৬
  • পৰিয়াল অধ্যয়নৰ বাবে এক ব্যৱহাৰিক তালিকা বনাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিয়াল অধ্যয়নৰ বাবে এক ব্যৱহাৰিক তালিকা বনাওক
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • দৈনিক পাঠৰ পৰিয়াল তালিকা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • কেনেকৈ পৰিয়ালৰ সদস্যসকলে—বাইবেল অধ্যয়নত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহযোগিতা আগবঢ়াব
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়ালৰ মুখিয়ালসকল, এক উত্তম আধ্যাত্মিক তালিকা বজাই ৰাখক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়াল অধ্যয়নৰ বাবে পৰিয়াল তালিকা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৫ পৃষ্ঠা ৩-৬

পৰিয়াল অধ্যয়নৰ বাবে এক ব্যৱহাৰিক তালিকা বনাওক

১ যীচুৱে পৰ্ব্বতীয়া উপদেশত শ্ৰোতাসকলক এইদৰে কৈছিল: “প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা।” (মথি ৬:⁠৩৩) পৰিয়ালত আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়াৰ ব্যৱহাৰিক আঁচনি হৈছে, লিখিতভাৱে এক তালিকা তৈয়াৰ কৰা। এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৬ পৃষ্ঠাৰ অন্তপত্ৰখনত দিয়া খালী ঠাইবোৰ ব্যৱহাৰ কৰি সপ্তাহিক পৰিয়াল অধ্যয়নৰ বাবে নিজা তালিকা তৈয়াৰ কৰিবলৈ কিছু মিনিট সময় অতিবাহিত কৰক। পৰিয়াল তালিকাৰ বাবে কিছুমানে হয়তো সেই তালিকাখন তেওঁলোকে নিজৰ তালিকাখনৰ সৈতে লগাই ৰাখিব পাৰে। আন সকলে হয়তো নিজে হাতেৰে সেই তালিকাখন লিখিব পাৰে।

২ তলত এক সৰল তালিকা দিয়া হৈছে, যিয়ে আপোনাক নিজৰ পৰিয়াল অধ্যয়নৰ তালিকা তৈয়াৰ কৰিবলৈ সহায় কৰিব। আপুনি সেই তালিকাখনত চাৰিটা মুখ্য কাৰ্য্যকলাপৰ বিষয়ে লক্ষ্য কৰিব পাৰে। সেই কাৰ্য্যকলাপবোৰ হৈছে: (১) মণ্ডলীৰ সভাত উপস্থিত, (২) পৰিয়ালৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা, (৩) পৰিয়াল অধ্যয়ন আৰু (৪) দৈনিক শাস্ত্ৰীয় পদ বিবেচনা কৰা। এই ক্ষেত্ৰবোৰ আপোনাৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে “যি যি শ্ৰেষ্ঠ, . . . পৰীক্ষা কৰি তাৰ নিৰ্ণয় কৰিবলৈ” সহায় কৰিব। (ফিলি. ১:⁠৯) এই চাৰিটা বিষয়ৰ সম্পৰ্কে অতিৰিক্ত পৰামৰ্শসমূহ ৪-৫ পৃষ্ঠাত দিয়া হৈছে।

৩ আপোনাৰ পৰিয়ালৰ বাবে তৈয়াৰ কৰা তালিকা কেৱল এই চাৰিটা ক্ষেত্ৰতে সীমিত থকা উচিত নহয়। যদি আপুনি নিজৰ পৰিয়াল অধ্যয়নৰ উপৰিও পৰিয়ালটোৰ সৈতে কোনো এখন সভাৰ বাবে একেলগে তৈয়াৰ কৰিছে, তেন্তে সেই বিষয়েও তালিকাখনত লিখি ৰাখিব পাৰে। দৈনিক শাস্ত্ৰীয় পদবোৰ বিবেচনা কৰাৰ পিছত বা আন কোনো সময়ত যদি বাইবেল পাঠ কৰে, তেতিয়াও তালিকাখনত লিখি ৰাখিব পাৰে। যদি পৰিয়ালটোৰ সৈতে কোনো মনোৰঞ্জনত ভাগ লয়, তেন্তে সেই সম্পৰ্কেও তালিকাখনত অন্তৰ্ভুক্ত কৰিলে লাভজনক হʼব।

৪ পৰিয়ালৰ আৱশ্যকতা আৰু পৰিস্থিতিৰ অনুসৰি তালিকা তৈয়াৰ কৰক। মাজে-সময়ে তালিকাখন পৰীক্ষা কৰক আৰু যদি আৱশ্যক হয়, তেন্তে সাল-সলনি কৰক।

[Chart on page 3]

পৰিয়ালৰ বাবে এক তালিকাৰ আৰ্হি

ৰাতিপুৱা আবেলি গধূলি

দেও দৈনিক পাঠ

ৰাজহুৱা ভাষণ আৰু

প্ৰহৰীবুৰুজ অধ্যয়ন

সোম দৈনিক পাঠ

পৰিয়াল অধ্যয়ন

মঙ্গল দৈনিক পাঠ

মণ্ডলী

পুস্তক অধ্যয়ন

বুধ দৈনিক পাঠ

বৃহস্পতি দৈনিক পাঠ ঈশ্বৰশাসিত

পৰিচৰ্য্যা স্কুল

আৰু সেৱা

সভা

শুক্ৰ দৈনিক পাঠ

শনি দৈনিক পাঠ

পৰিয়ালৰ সৈতে কৰা

প্ৰচাৰ কাৰ্য্য

(আলোচনী বিতৰণৰ দিন)

[Chart on page 6]

পৰিয়াল তালিকা

ৰাতিপুৱা আবেলি গধূলি

দেও

সোম

মঙ্গল

বুধ

বৃহস্পতি

শুক্ৰ

শনি

. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ..

দৈনিক দৈনিক দৈনিক দৈনিক দৈনিক দৈনিক দৈনিক

পাঠ পাঠ পাঠ পাঠ পাঠ পাঠ পাঠ

ৰাজহুৱা ঈশ্বৰশাসিত মণ্ডলীৰ পৰিয়াল পৰিয়ালৰ পৰিয়ালৰ পৰিয়ালৰ

ভাষণ পৰিচৰ্য্যা পুস্তক অধ্যয়ন সৈতে প্ৰচাৰ বাইবেল মনোৰঞ্জন

আৰু স্কুল অধ্যয়ন কাৰ্য্য কৰা পাঠ

প্ৰহৰীবুৰুজ

অধ্যয়ন আৰু

সেৱা

সভা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক