খ্ৰীষ্টান হিচাপে জীৱন-যাপন
পৰিয়ালৰ কোনো এজন সদস্যক বহিষ্কাৰ কৰাৰ সময়ত বিশ্বাসী হৈ থাকক
বিশ্বাসেৰে যিহোৱাৰ মানদণ্ড পালন কৰক—যিসকলে অনুশোচনা নকৰে, তেওঁলোকৰপৰা আঁতৰি থাকক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
ছোনিয়াৰ পিতৃ-মাতৃৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল?
বিশ্বাসী হৈ থাকিবলৈ তেওঁলোকক কিহে সহায় কৰে?
তেওঁলোকে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থকাৰ বাবে ছোনিয়াই কেনেকৈ উপকৃত হয়?