ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ডিচেম্বৰ পৃষ্ঠা ২
  • যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱাৰ আগেয়ে তেওঁক বিচাৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱাৰ আগেয়ে তেওঁক বিচাৰা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • মিল থকা বিষয়
  • যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱাৰ আগেয়ে তেওঁক বিচাৰা
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • অতি সোনকালে যিহোৱাই এই জগতখনৰ ন্যায় কৰিব!
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ডিচেম্বৰ পৃষ্ঠা ২
চফনিয়াই ইসায়েলীসকলৰ লগত কথা-বতৰা হৈছ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | চফনিয়া ১–হগ্গয় ২

যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱাৰ আগেয়ে তেওঁক বিচাৰা

চফ ২:২, ৩

যদি আমি যিহোৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পাব বিচাৰোঁ, তেনেহʼলে আমি নিজকে কেৱল তেওঁক সমৰ্পণ কৰাই যথেষ্ট নহয়। চফনিয়াই ইস্ৰায়েলীসকলক দিয়া নিৰ্দ্দেশনাবোৰ আমিও পালন কৰা উচিত।

  • যিহোৱাক বিচাৰক: যিহোৱা ঈশ্বৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখক আৰু তেওঁৰ সংগঠনৰ লগত জড়িত হৈ থাকক

  • ধাৰ্ম্মিকতা বিচাৰক: যিহোৱা ঈশ্বৰৰ ধাৰ্ম্মিক মানদণ্ডক সমৰ্থন কৰক

  • নম্ৰতা বিচাৰক: নম্ৰতাৰে যিহোৱা ঈশ্বৰৰ ইচ্ছা পূৰ কৰক আৰু তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰক

যিহোৱা ঈশ্বৰক, ধাৰ্ম্মিকতাক আৰু নম্ৰতাক মই কেনেকৈ বিচাৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক