ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জানুৱাৰী পৃষ্ঠা ৫
  • চিন্তা নকৰিবা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চিন্তা নকৰিবা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • “তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মা-দেউতাই ভাল উদাহৰণ নাৰাখিলেও আপুনি যিহোৱাৰ সেৱা কৰিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • প্ৰকৃত প্ৰেম কৰি থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যীচুৱে লোকসকলক প্ৰেম কৰিছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জানুৱাৰী পৃষ্ঠা ৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

চিন্তা নকৰিবা

চৰাই; ফুলবোৰ

পৰ্ব্বতীয়া উপদেশত যীচুৱে শিষ্যসকলক এইদৰে কৈছিল: “শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা।” (মথি ৬:২৫) চয়তানৰ এই জগতত জীয়াই থকাৰ বাবে আমি কেতিয়াবা কেতিয়াবা চিন্তিত হৈ পৰোঁ আৰু এনে হোৱাটো স্বাভাৱিক। আচলতে যীচু খ্ৰীষ্টই নিজৰ শিষ্যসকলক প্ৰয়োজনতকৈ অধিক চিন্তা কৰাৰপৰা আঁতৰি থাকিবলৈ কৈছিল। (গীত ১৩:২) কিয় বাৰু? কিয়নো, যদি আমি দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বস্তুবোৰৰ বাবে বেছিকৈ চিন্তা কৰি থাকোঁ, তেনেহʼলে ইয়ে আমাক ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াত বাধা জন্মাব পাৰে। (মথি ৬:৩৩) যীচুৱে বৰ্ণনা কৰা পৰৱৰ্তী বিষয়বোৰে আমাক অযথা চিন্তা কৰাৰপৰা আঁতৰি থাকিবলৈ সহায় কৰিব।

  • মথি ৬:২৬—আকাশৰ চৰাইবোৰক আমি মনোযোগেৰে লক্ষ্য কৰিলে কি শিকিব পাৰোঁ? (w১৬.০৭-HI ৯-১০ ¶১১-১৩)

  • মথি ৬:২৭—অযথা চিন্তা কৰি থাকিলে, সময় আৰু শক্তি কেনেকৈ নষ্ট হয়? (w০৫ ১১/১ ২৮ ¶৫)

  • মথি ৬:২৮-৩০—পথাৰৰ কনাৰি ফুলৰপৰা আমি কি শিকিব পাৰোঁ? (w১৬.০৭-HI ১০-১১ ¶১৫-১৬)

  • মথি ৬:৩১, ৩২—জগতৰ লোকসকলৰপৰা সত্য খ্ৰীষ্টানসকল কেনেকৈ পৃথক? (w১৬.০৭-HI ১১ ¶১৭)

মই কি কি বিষয়ত চিন্তা কৰিব নিবিচাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক