ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুলাই পৃষ্ঠা ৫
  • “তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • যিহোৱাই আপোনাৰ “মূৰৰ আটাইবোৰ চুলিও” গণনা কৰিলে
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পৃথিৱীয়ে “নদী গ্ৰাস কৰিলে”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • যোৱা আৰু শিষ্য বনোৱা—কিয়, কʼত আৰু কেনেকৈ?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুলাই পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১২-১৩

“তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া”

১২:৬, ৭

লূক ১২:৬, ৭ পদত কোৱা কথাখিনি যীচুৱে কি প্ৰসংগত কৈছিল? ৪ পদৰ অনুসৰি, যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে যিসকলে তেওঁলোকৰ বিৰোধ কৰে, আনকি তেওঁলোকক বধো কৰিব পাৰে, সেইসকলক ভয় কৰা উচিত নহয়। আহিবলগীয়া বিৰোধৰ সন্মুখীন হʼবলৈ যীচুৱে শিষ্যসকলক সাজু কৰিছিল। যীচুৱে তেওঁলোকক আশ্বাস দিছিল যে যিহোৱা ঈশ্বৰে তেওঁৰ প্ৰতিজন সেৱকক মূল্যাংকন কৰে আৰু তেওঁলোকৰ ওপৰত স্থায়ীভাৱে ক্ষতি আহিবলৈ অনুমতি নিদিয়ে।

যাতনাৰ সন্মুখীন হোৱা ভাই-ভনীসকলৰ বাবে চিন্তা কৰাৰ বিষয়ে আমি যিহোৱা ঈশ্বৰৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

বিশ্বাসৰ বাবে জেলত বন্দী হৈ থকা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে শেহতীয়া খবৰ আমি কʼত বিচাৰি পাব পাৰোঁ?

জেলত বন্দী হৈ থকা ভাই-ভনীসকলৰ সংখ্যা কিমান?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক