ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 নৱেম্বৰ পৃষ্ঠা ৫
  • পৃথিৱীজুৰি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ লাভ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৃথিৱীজুৰি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ লাভ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • ‘সম্পূৰ্ণকৈ সাক্ষী’ দিবলৈ পৰিশ্ৰমী হওক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • টেলিফোনৰ দ্বাৰা বহুতকে সাক্ষী দিব পাৰি
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 নৱেম্বৰ পৃষ্ঠা ৫
দুজন ভায়ে কাৰ্টৰ যোগেদি সাক্ষ্য দিছ

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পৃথিৱীজুৰি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ লাভ

পাঁচনিৰ কৰ্ম্ম পাঁচ অধ্যায়ৰ অনুসৰি, প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে মন্দিৰলৈ গৈছিল। তাত বহুতোলোকক তেওঁলোকে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ সক্ষম হৈছিল। (পাঁচ ৫:১৯-২১, ৪২) বৰ্তমান সময়ত, আমি এনে ৰাজহুৱা ঠাইবোৰত কাৰ্ট লগাওঁ, যʼত লোকসকলে অহা-যোৱা কৰে আৰু ইয়াৰ ভাল পৰিণাম দেখিবলৈ পোৱা গৈছে।

পৃথিৱীজুৰি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ লাভ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মী জংগ ইউয়ে কাৰ্টৰ যোগেদি সাক্ষ্য দিছ; হাকিব চাল’মে; এনিছ আৰু তাইৰ স্বামীয়ে কাৰ্টৰ যোগেদি সাক্ষ্য দিছ

    কেতিয়া আৰু কেনেকৈ কাৰ্টৰ যোগেদি সাক্ষ্য দিয়াৰ কাৰ্য্য আৰম্ভণি হৈছিল?

  • টেবুলৰ সলনি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ কি লাভ হৈছে?

  • মী জংগ ইউৰ অনুভৱৰপৰা আমি কি শিকিব পাৰোঁ?

  • কাৰ্টৰ যোগেদি সাক্ষ্য দিয়া কাৰ্য্য কিয় ইমান গুৰুত্বপূৰ্ণ, এই কথা হাকিব চালʼমেৰ উদাহৰণৰপৰা কেনেকৈ জানিব পাৰি?

  • কাৰ্টৰ যোগেদি কৌশলতাৰে কেনেকৈ সাক্ষ্য দিব পাৰি, তাৰ বিষয়ে এনিছ আৰু তাইৰ স্বামীৰ অনুভৱৰপৰা আমি কি শিকিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক