ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জানুৱাৰী পৃষ্ঠা ২
  • “যিহোৱাৰ যি ইচ্ছা সেয়া হওক”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “যিহোৱাৰ যি ইচ্ছা সেয়া হওক”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • জীৱনৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী বজাই ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • সকলো সমস্যাৰ কাৰণ আৰু বিদ্ৰোহ কৰাওঁতা হিচাপে অভিযোগ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • “তোমালোকৰ মুক্তি ওচৰ চাপিছেহি”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জানুৱাৰী পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২১-২২

“যিহোৱাৰ যি ইচ্ছা সেয়া হওক”

২১:৮-১৪

পৌলে অনুভৱ কৰে যে পবিত্ৰ আত্মাই তেওঁক যিৰূচালেমলৈ যাবলৈ পৰিচালিত কৰিছে, যʼত বহুতো বিপদে তেওঁৰ বাবে অপেক্ষা কৰি আছিল। (পাঁচ ২০:২২, ২৩) সেইবাবে, যেতিয়া কিছুমান ভাই-ভনীয়ে তেওঁক তালৈ যাবলৈ বাধা দিছিল, তেতিয়া তেওঁ এইদৰে কৈছিল: “তোমালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিছা?” (পাঁচ ২১:১৩) যেতিয়া আমাৰ ভাই-ভনীসকলে যিহোৱাৰ সেৱাৰ বাবে ত্যাগ কৰিবলৈ ইচ্ছা কৰে, তেতিয়া আমি তেওঁলোকক নিৰাশ কৰা উচিত নহয়।

নিম্নলিখিত পৰিস্থিতিবোৰত, আমি ভাই-ভনীসকলৰ সংকল্প দুৰ্বল কৰাৰ পৰিৱৰ্তে কেনেকৈ দৃঢ় কৰিব পাৰোঁ?

  • এজন ভায়ে খিৰিকি চফা কৰিছে

    এজন ভায়ে নিজৰ সেৱা কাৰ্য্য বেছিকৈ কৰিবলৈ ভাল চাকৰি কৰাৰ পৰিৱৰ্তে সৰু-সুৰা কাম কৰিব বিচাৰে

  • এহাল দম্পতিয়ে অন্য দেশত ৰাজহুৱাভাৱে ভাগ লৈছে

    এজন ভায়ে যʼত প্ৰয়োজন, তাত সেৱা কৰিবলৈ অন্য এটা মণ্ডলীলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰে

  • এজন অন্ধ ভায়ে তেওঁৰ পত্নীৰ লগত ঘোষণা কাৰ্য্যত ভাগ লৈছে

    অসুস্থ হোৱাৰ সত্ত্বেও এজন ভায়ে ঘোষণা কাৰ্য্যত ভাগ লʼবলৈ চেষ্টা কৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক