ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ছেপ্টেম্বৰ পৃষ্ঠা ৫
  • অনুশাসন—যিহোৱা ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অনুশাসন—যিহোৱা ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে অনুশাসন দিয়ে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • অনুযোগৰ উদ্দেশ্যৰ প্ৰতি মূল্যাঙ্কন কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাৰ অনুশাসনক সমৰ্থন কৰি প্ৰেম দেখুৱাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ছেপ্টেম্বৰ পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ১২-১৩

অনুশাসন—যিহোৱা ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ

১২:৫-৭, ১১

এগৰাকী মাকে “মহান শিক্ষকৰপৰা শিকক” নামৰ কিতাপখন নিজৰ ছোৱালীজনীক পঢ়ি শুনোৱাইছে

অনুশাসনৰ অৰ্থ হৈছে শাস্তি, নিৰ্দেশনা আৰু শিক্ষা দিয়া। যিদৰে এজন মৰমিয়াল পিতৃয়ে নিজৰ সন্তানক অনুশাসন দিয়ে, ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও আমাক অনুশাসন দিয়ে। যিহোৱা ঈশ্বৰে আমাক বিভিন্ন উপায়েৰে অনুশাসন দিয়ে। উদাহৰণস্বৰূপে, . . .

  • বাইবেল পঢ়া, ব্যক্তিগত অধ্যয়ন কৰা, সভালৈ যোৱা আৰু ধ্যান কৰাৰ যোগেদি

  • সংগী ভাই-ভনীসকলে দিয়া পৰামৰ্শ বা শুধৰণিৰ যোগেদি

  • আমি কৰা ভুলৰ পৰিণামৰ যোগেদি

  • ন্যায় সমিতিৰ শুধৰণি বা বহিষ্কৃত কৰাৰ ব্যৱস্থাৰ যোগেদি

  • যিহোৱা ঈশ্বৰে আমাৰ ওপৰত হʼবলৈ অনুমতি দিয়া কঠিন পৰিস্থিতিৰ যোগেদি।—w১৫-HI ৯/১৫ ২১ ¶১৩; it-১-E ৬২৯

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক