ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুন পৃষ্ঠা ২
  • যোচেফে নিজৰ ককায়েকহঁতক ক্ষমা কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোচেফে নিজৰ ককায়েকহঁতক ক্ষমা কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আনক ক্ষমা কৰিবলৈ সাজু থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • যিহোৱাই যোচেফক পাহৰা নাছিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱা—ক্ষমা কৰাত মহান!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যোচেফৰ ওপৰত ককায়েকহঁতৰ খং
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুন পৃষ্ঠা ২
যোচেফে নিজৰ ককায়েকহঁতক ভাই বুলি পৰিচয় দিছে আৰু তেওঁলোকে আচৰিত হৈছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৪৪-৪৫

যোচেফে নিজৰ ককায়েকহঁতক ক্ষমা কৰিলে

৪৪:১, ২, ৩৩, ৩৪; ৪৫:৪, ৫

কোনোবাই আমাক আঘাত দিলে, আমি ক্ষমা কৰাটো কঠিন হ’ব পাৰে। বিশেষকৈ, যেতিয়া কোনোবাই জানি-শুনি আমাক আঘাত দিয়ে। যোচেফৰ ককায়েকহঁতে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল, তথাপিও যোচেফে তেওঁলোকক ক্ষমা কৰিলে। এনে কৰিবলৈ তেওঁক কি কথাই সহায় কৰিলে?

  • যোচেফে নিজৰ ককায়েকহঁতক প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে, তেওঁলোকৰ জীৱনত কৰা পৰিৱৰ্তনক লক্ষ্য কৰিলে, যাতে তেওঁলোকক ক্ষমা কৰিব পাৰে।—গীত ৮৬:৫; লূক ১৭:৩, ৪

  • যোচেফে নিজৰ মনত খং পুহি নাৰাখি যিহোৱাক অনুকৰণ কৰিলে, যিজনে অন্তৰৰপৰা ক্ষমা কৰে।—মীখা ৭:১৮, ১৯

মই কেনেকৈ যিহোৱাৰ দৰে আনক ক্ষমা কৰিব পাৰোঁ?

ছবি: ১. দুগৰাকী ভনীয়ে ৰাজ্যগৃহত কথা পাতিছে। ২. দুজন ভায়ে হাত মিলাই আছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক