ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৬
  • নিস্তাৰ-পৰ্ব্বৰপৰা খ্ৰীষ্টানসকলে কি শিকিব পাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিস্তাৰ-পৰ্ব্বৰপৰা খ্ৰীষ্টানসকলে কি শিকিব পাৰে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • দশম বিপত্তি
    বাইবেলৰ পৰা শিকোঁ আহা
  • নিস্তাৰ-পৰ্ব্ব আৰু স্মৰণীয় দিন—সাদৃশ্য আৰু পাৰ্থক্য
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • “থিৰে থাকা; যিহোৱাই আজি তোমালোকলৈ যি পৰিত্ৰাণৰ কাৰ্য্য সিদ্ধ কৰিব, তাক দেখিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • দহটা মহামাৰী
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৬
এটা ইস্ৰায়েলী পৰিয়ালে মিচৰ দেশৰপৰা উলোৱাৰ আগতে, থিয় হৈ নিস্তাৰ-পৰ্ব্বৰ ভোজন কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১২

নিস্তাৰ-পৰ্ব্বৰপৰা খ্ৰীষ্টানসকলে কি শিকিব পাৰে?

১২:৫-৭, ১২, ১৩, ২৪-২৭

ইস্ৰায়েলীসকলে শেষৰ মহামাৰীৰপৰা ৰক্ষা পাবলৈ, যিহোৱাৰ নিৰ্দেশনা পালন কৰাটো অতি প্ৰয়োজন আছিল। (যাত্ৰা ১২:২৮) নিচান মাহৰ ১৪ তাৰিখৰ নিশা ইস্ৰায়েলী পৰিয়ালবিলাকক নিজৰ ঘৰত একত্ৰিত হʼবলৈ নিৰ্দেশনা দিয়া হৈছিল। তেওঁলোকক ভেৰা-ছাগলীৰ এবছৰীয়া নিঘুণী মতা পোৱালি লৈ তাৰ তেজ দুৱাৰৰ চোকাঠৰ দুই দাঁতিত ছটিয়াবলগীয়া আৰু সেই জন্তুৰ মাংস জুইত পুৰি বেগাবেগিকৈ ভোজন কৰিবলগীয়া আছিল। আগদিনা ৰাতিপুৱা নোহোৱালৈকে কোনেও ঘৰৰপৰা বাহিৰলৈ ওলাই যাব নোৱাৰিব।—যাত্ৰা ১২:৯-১১, ২২.

আজি আমি কি কি উপায়েৰে আজ্ঞা পালন কৰিলে সুৰক্ষিত থাকিম?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক