ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ২
  • আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইস্ৰায়েলীসকলৰ উৎসৱৰপৰা লাভ কৰা শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ আশ্ৰয় লওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ২
এজন বিবাহিত ভাই, যাৰ এটি সন্তানো আছে, কম্পিউটাৰৰ ওচৰত বহি আছে। কম্পিউটাৰত অশ্লীল ছবি উলোৱাত, তেওঁ ঘৃণ কৰি তৎক্ষণাত আঁতৰি, তাক বন্ধ কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত

আমি জগতৰ লোকসকলৰপৰা পৃথক হৈ থকাটো যিহোৱা ঈশ্বৰে বিচাৰে (লেবী ১৮:৩; w১৯.০৬–HI ২৮ ¶১)

যিহোৱাই আমাক স্পষ্টকৈ কৈছে যে সম্বন্ধীয়সকলৰ লগত যৌন সম্পৰ্ক ৰখা, সমকামিতা আৰু জীৱ-জন্তুৰ লগত যৌন কাৰ্য্য কৰা গম্ভীৰ পাপ হয় (লেবী ১৮:৬, ২২, ২৩; w১৭.০২–HI ২০ ¶১৩)

যিহোৱাই কুকৰ্ম্ম কৰা লোকসকলক ধ্বংস কৰিব (লেবী ১৮:২৪, ২৫; হিতো ২:২২; w১৪–HI ১০/১ ৭ ¶২)

আমি ঈশ্বৰৰ নতুন পৃথিৱীত প্ৰৱেশ কৰাটো চয়তানে নিবিচাৰে, সেইবাবে সি আমাৰ সন্মুখত বহুতো ফান্দ পাতে। কিন্তু আমি যিহোৱাৰ সিদ্ধান্তবোৰ পালন কৰিলে, চয়তানৰ ফান্দৰপৰা বাচি থাকিব পাৰিম।

আমি অনৈতিক কামবোৰ ঘৃণা কৰোঁ বুলি যিহোৱাক কেনেকৈ দেখুৱাব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক