ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ৫
  • উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ৫
যীচুৱে পৰ্বতীয়া উপদেশ দি থকাৰ সময়ত মাক আৰু জীয়েকে চৰাই আৰু ফুলবোৰলৈ চাই আছে।

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক

পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি শ্ৰোতাসকলক মূল বিষয়টো ভালদৰে বুজিবলৈ সহায় কৰা উচিত। মূল বিষয়টো বুজাবলৈ যদি আমি কিবা উদাহৰণ দিওঁ, তেনেহʼলে সেই বিষয়টো তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিব আৰু সহজে মনত ৰাখিব পাৰিব।

পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়নৰ বাবে প্ৰস্তুত কৰাৰ সময়ত মূল বিষয়টো বিচাৰি উলিয়াওক যাতে আপুনি মূল বিষয়টো উদাহৰণ দি বুজাব পাৰে। ইয়াৰ পাছত চিন্তা কৰক যে আপুনি দৈনন্দিন জীৱনৰ লগত জড়িত থকা কিছুমান বিষয়ৰপৰা কি উদাহৰণ দিব পাৰে। (মথি ৫:১৪-১৬; মাৰ্ক ২:২১; লূক ১৪:৭-১১) ব্যক্তিজনৰ পৰিস্থিতি আৰু আগ্ৰহৰ প্ৰতি ধ্যান দি উদাহৰণ দিয়ক। (লূক ৫:২-১১; যোহ ৪:৭-১৫) যেতিয়া তেওঁ কোনো বিষয় ভালদৰে বুজি পাব, তেতিয়া তেওঁক আনন্দত দেখি আপুনিও আনন্দিত হʼব।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক’ নামৰ ভিডিঅʼখনৰ চিনত গ্ৰেচে নিতাক এটা প্ৰশ্ন সুধিছে।

    আমি বাইবেল বিদ্যাৰ্থীসকলক পদবোৰৰ অৰ্থ কিয় ভালদৰে বুজোৱা উচিত?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক’ নামৰ ভিডিঅʼখনৰ চিনত নিতাই গ্ৰেচক এটা উদাহৰণ দিছে।

    নিতাই ৰোমীয়া ৫:১২ পদটো বুজাবলৈ কি উদাহৰণ দিলে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক’ নামৰ ভিডিঅʼখনৰ চিনত নিতাই গ্ৰেচক এখন ভিডিঅʼ দেখুৱাইছে।

    ভাল উদাহৰণবোৰে হৃদয় স্পৰ্শ কৰে

    ভাল উদাহৰণ দিলে শ্ৰোতাসকলৰ ওপৰত কি প্ৰভাৱ পৰিব?

  • আমি সংগঠনৰপৰা পোৱা ভিডিঅʼ আৰু ছবিবোৰ প্ৰচাৰ কাৰ্য্যত কিয় দেখুওৱা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক