ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৭
  • অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • হৃদয় স্পৰ্শ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক

যিহোৱাই আমাক এনে বহুতো সঁজুলি দিছে, যাৰ যোগেদি আমি আনক ভালদৰে শিকাব পাৰোঁ। যেনে, ভিডিঅʼ, ট্ৰেক্ট, কিতাপ, ব্ৰচাৰ আৰু ইয়াৰ উপৰিও আটাইতকৈ বিশেষ সঁজুলি বাইবেল দিছে। (২তীম ৩:১৬, ১৭) তেওঁ আমাক অনুসন্ধানৰ সঁজুলিও দিছে, যাতে আমি লোকসকলক বাইবেলৰ পদবোৰ ভালদৰে বুজাব পাৰোঁ। যেনে, ওৱাচটাৱাৰ লাইব্ৰেৰী, JW লাইব্ৰেৰী এপ, ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী আৰু যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড।

আপোনাৰ ওচৰত যিমান অনুসন্ধানৰ সঁজুলি আছে, সেইবোৰ ব্যৱহাৰ কৰি বাইবেলৰ বিষয়ে গভীৰভাৱে অনুসন্ধান কৰক। এইদৰে কৰিলে আপুনি আনন্দিত হʼব। বিদ্যাৰ্থীক এই সঁজুলিবোৰৰ যোগেদি অনুসন্ধান কৰিবলৈ শিকাওক। যেতিয়া বিদ্যাৰ্থীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ নিজে বিচাৰি পাব, তেতিয়া তেওঁলোক আনন্দিত হʼব।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—অনুসন্ধানৰ সঁজুলি নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—অনুসন্ধানৰ সঁজুলি” নামৰ ভিডিঅʼখনৰ দৃশ্য। গ্ৰেচে নিতাক কৈছে যে সকলো বস্তুৰ বিবৰ্তন হৈছে।

    গ্ৰেচে সৃষ্টিৰ বিষয়ে কি কৈছিল?

  • “শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—অনুসন্ধানৰ সঁজুলি” নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই “অনুসন্ধান গাইডৰপৰা” সৃষ্টিৰ বিষয়ে অনুসন্ধান কৰি আছে।

    নিতাই এই বিষয়ে কʼৰপৰা জানিব পাৰিলে?

  • “শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—অনুসন্ধানৰ সঁজুলি” নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই অনুসন্ধান কৰি কি শিকিলে, তাৰ বিষয়ে গ্ৰেচক কৈছে।

    যেতিয়া আমি আধ্যাত্মিক ৰত্ন বিচাৰোঁ আৰু আনকো সেই বিষয়ে জনাওঁ, তেতিয়া আমি আনন্দিত হওঁ

    নিতাই সেই তথ্য কেনেকৈ বিচাৰিলে, যাৰ সহায়ত তাই গ্ৰেচক বুজাব পাৰিলে?

  • অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰি নিতাই কেনে অনুভৱ কৰিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক