ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৮
  • চেপ্টেম্বৰ ২৭–অক্টোবৰ ৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ২৭–অক্টোবৰ ৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৮

চেপ্টেম্বৰ ২৭–অক্টোবৰ ৩

যিহোচূৱা ৬-৭

  • গীত ১৪৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “মূল্য নথকা বস্তুৰপৰা আঁতৰি থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যিহো ৬:২০—ইস্ৰায়েলী সৈন্যসকলে প্ৰাচীন যিৰীহো নগৰখনক আৱৰি নধৰাকৈ তাক পৰাজিত কৰিলে বুলি কি প্ৰমাণ আছে? (w১৫-HI ১১/১৫ ১৩ ¶২-৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) যিহো ৬:১-১৪ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো এটা আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৯)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০১, ৩ ভাগ (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২১

  • সংগঠনে লাভ কৰা সফলতা: (৫ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • জানি-শুনি আজ্ঞা উলংঘন কৰিলে বেয়া পৰিণাম হয়: (১০ মি.) আলোচনা। ‘সকলো প্ৰতিজ্ঞা পূৰ হʼল’—এক আভাস ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: যিৰীহো নগৰৰ ধ্বংসৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিছিল? আখান আৰু তেওঁৰ পৰিয়ালে কি কৰিলে? তেওঁলোকে এইদৰে কিয় কৰিলে? এই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? সম্পূৰ্ণ ভিডিঅʼখন চাবলৈ সকলোকে উৎসাহিত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩০, ৩১

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১২২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক