ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ৮
  • যিহোৱাৰ সহায়ত আপুনি কঠিন কামো কৰিব পাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সহায়ত আপুনি কঠিন কামো কৰিব পাৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মন্দিৰত উপাসনাৰ বাবে এক শৃংখলাবদ্ধ ব্যৱস্থা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ সহায়ত আপুনি কঠিন কামো কৰিব পাৰে

কিছুমান লেবীক দুৱৰী হিচাপে সেৱা কৰিবলৈ দায়িত্ব দিয়া হৈছিল আৰু এয়া এক ডাঙৰ দায়িত্ব আছিল (১বং ৯:২৬, ২৭; w০৫ ১০/১ ৯ ¶৮)

মোচিৰ সময়ত পীনহচ, দুৱৰীবিলাকৰ অধ্যক্ষ আছিল (১বং ৯:১৭-২০ক)

যিহোৱাই পীনহচক তেওঁৰ দায়িত্ব পূৰ কৰিবলৈ সহায় কৰিলে (১বং ৯:২০খ; w১১-HI ৯/১৫ ৩২ ¶৮)

ছবি: ১. এগৰাকী যুৱতী ভনীয়ে নিৰ্মাণ কামৰ ঠাইত ডাঙৰ গাড়ী চলাই আছে। ২. বৃদ্ধ স্বামী আৰু পত্নীয়ে ফোনৰ যোগেদি প্ৰচাৰ কৰি আছে। ৩. এহাল দম্পতীয়ে এনে এলেকাত প্ৰচাৰ কৰি আছে, যʼত প্ৰচাৰকৰ বেছি প্ৰয়োজন আছে।

যিহোৱাই আমাক বহুতো গুৰুত্বপূৰ্ণ কাম দিয়ে। কেতিয়াবা যদি আপোনাৰ অনুভৱ হয় যে আপুনি নিজৰ কাম ভালদৰে কৰিব পাৰিব নে নোৱাৰে, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক। (ফিলি ২:১৩) আপুনি পৰিপক্ক খ্ৰীষ্টানসকলৰ পৰাও সহায় লʼব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক