ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৩ পৃষ্ঠা ৩
  • অনতিপলমে পুনৰ সাক্ষাৎ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অনতিপলমে পুনৰ সাক্ষাৎ কৰক
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • তেওঁলোকক আগন্তুক সাক্ষী দি সহায় কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত সফলতা লাভ কৰা
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৩ পৃষ্ঠা ৩

অনতিপলমে পুনৰ সাক্ষাৎ কৰক

কোনসকলক অনতিপলমে সাক্ষাৎ কৰা আৱশ্যক? যিসকলে নিয়মিতৰূপে আলোচনী আৰু সাক্ষীসকলে তেওঁলোকক সাক্ষাৎ কৰাটো বিচাৰে। কোনসকলে এনে ধৰণৰ অনুৰোধ কৰে? যিসকলে আমাৰ অনুমোদিত ৱেব চাইট বা টেলিফোন অথবা পত্ৰৰ যোগেদি শাখা কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰে। তেনে আগ্ৰহী ব্যক্তিসকলৰ বিষয়ে সংস্থাই স্থানীয় মণ্ডলীক S-70 ফৰ্মখনে সেই ব্যক্তিজনৰ বিষয়ে সংবাদ দিয়ে যʼত এইদৰে উল্লেখ কৰা থাকে “অনুগ্ৰহ কৰি উপযুক্ত প্ৰকাশকে এই ব্যক্তিজনক যেন সাক্ষাৎ কৰে।” যেতিয়া মণ্ডলীৰ প্ৰাচীনে S-70 ফৰ্মখন প্ৰাপ্ত কৰে তেতিয়া কোনো পলম নকৰাকৈ এনে এজন প্ৰকাশকক নিযুক্ত কৰা উচিত যিজনে তেনে আগ্ৰহী লোকক সাক্ষাৎ কৰাত পৰিশ্ৰম কৰে। যদি প্ৰকাশকজনে সেই ব্যক্তিজনক ঘৰত লগ নাপায় তেন্তে ব্যক্তিজনক টেলিফোন বা সতৰ্কতাৰে এখন ট্ৰেক্ট তেওঁৰ দুৱাৰত বা তেওঁৰ পত্ৰৰ বাকচত ভৰাই দি যোগাযোগ কৰিবলৈ চেষ্টা কৰা উচিত। যদি আপোনাক তেনে এটা ফোন কৰিবলৈ কোৱা হয় তেন্তে সেই আগ্ৰহী ব্যক্তিজনৰ সৈতে কোনো পলম নকৰাকৈ যেন যোগাযোগ কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক