ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০২ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০২ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ফেব্ৰু. ১

“বৰ্তমান সময়ত পৰিবেশ দূষিত হোৱাৰ বিষয়ে অধিককৈ ধ্যান দিয়া হৈছে। কিন্তু আপুনি পৰিবেশ দূষিত হোৱাৰ বিষয়ে কেতিয়াবা বিবেচনা কৰিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] বাইবেলে মানসিক আৰু শাৰীৰিক শুদ্ধতাৰ গভীৰতা বিষয়ে উল্লেখ কৰিছে। [২ কৰিন্থীয়া ৭:⁠১ পদটো পঢ়ক।] মই নিশ্চিত যে আপুনি এই আলোচনীখনৰ পৰা ব্যৱহাৰিক সহায় লাভ কৰিব।

প্ৰহৰীবুৰুজ ফেব্ৰু. ১

“বহুতে ঈশ্বৰক প্ৰেম কৰা বুলি দাবী কৰে, কিন্তু আপুনি ভাবেনে যে ঈশ্বৰেও আমাক প্ৰেম কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] যদি আমি ঈশ্বৰৰ প্ৰেম পাবলৈ বিচাৰোঁ, তেনেহʼলে, মন দিয়ক যে ইয়াত এই বিষয়ে কি কৈছে। [যোহন ১৪:⁠২১ পদটো পঢ়ক।] মই ভাবো যে আপুনি ইয়াৰ বিষয়ে এই সম্পূৰ্ণ প্ৰবন্ধটো পঢ়ি আনন্দিত হʼব।”

প্ৰহৰীবুৰুজ ফেব্ৰু. ১

“বহুতো ধৰ্ম্মত এইদৰে শিকোৱা হয় যে শুদ্ধতাই নিবিড়ভাৱে ঈশ্বৰীয় ভক্তিৰ সৈতে সম্পৰ্ক ৰাখে। আপুনি এইটো সঁচা বুলি বিবেচনা কৰেনে? [উত্তৰৰ বাবে অলপ ৰওঁক।] কিন্তু ঈশ্বৰৰ দৃষ্টিত শুদ্ধ হোৱাৰ অৰ্থ কি। এই আলোচনীখনত সেই সম্পৰ্কে চাৰিটা বিষয় উল্লেখ কৰা হৈছে, আপুনি পঢ়ি অধিক আগ্ৰহী হʼব।”

প্ৰহৰীবুৰুজ ফেব্ৰু. ১

“আজি জগতখনত হোৱা বহুতো ভয়ানক পৰিস্থিতিৰ বাবে অধিক ভূগিবলগীয়া হৈছে, আপুনি ভাবেনে যে ঈশ্বৰে আপোনাক পৰীক্ষা কৰিছে? [উত্তৰৰ বাবে সময় দিয়ক আৰু যাকোব ১:⁠১৩ পদতো পঢ়ক।] এই শাস্ত্ৰ পদে আমাক কেৱল আমি ভূগী থকা কাৰণসমূহে বৰ্ণনা কৰে এনে নহয়, কিন্তু সেই সমস্যাসমূহত সম্মুখীন হʼবলৈ আমালৈ ব্যৱহাৰিক উদাহৰণৰ সহায়ো আগবঢ়ায়।” প্ৰহৰীবুৰুজ আলোচনীখনৰ ১৮ পৃষ্ঠাত দিয়া বিষয়টোক উল্লেখ কৰক আৰু আলোচনীখন গৃহস্থক দিয়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক