ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৩ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৩ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ জুলাই ১

“মানৱৰ সৰ্বপ্ৰথম মুখ্য আৱশ্যকটো হৈছে প্ৰেম আৰু প্ৰেম কৰা।” [আলোচনীখনৰ ৪ পৃষ্ঠাত দিয়া শিৰোনামাটো উদ্ধৃত কৰক।] তথাপিও বৰ্তমানৰ সমাজত আপুনি কিহক অধিক গুৰুত্ব দিয়াটো দেখিবলৈ পাইছে? [উত্তৰৰ বাবে অলপ ৰওক।] এই আলোচনীখনত বৰ্ণনা কৰিছে যে প্ৰকৃত প্ৰেম কি আৰু তাক কেনেকৈ বিকাশিত কৰিব পাৰি।” ১ কৰিন্থীয়া ১৩:⁠২ পদটো পঢ়ক।

সচেতন! জুলাই ২২

“বহুতে ব্যাপকভাৱে অশ্লীল আলোচনীবোৰ উপলব্ধ হোৱা দেখি চিন্তিত হৈ পৰিছে। আপুনি ইয়াক বাস্তৱতে চিন্তিত হোৱাৰ এটা কাৰণ বুলি লক্ষ্য কৰিব পাৰিছেনে? [উত্তৰৰ বাবে অলপ ৰওক।] বাইবেলত এনে ব্যৱহাৰিক পৰামৰ্শ দিয়া হৈছে যিয়ে আমাক এইবোৰৰ পৰা ৰক্ষা কৰিব পাৰে। [ইফিচীয়া ৫:⁠৩, ৪ পদটো পঢ়ক।] এই আলোচনীখনে দেখুৱাইছে যে আমি কেনেকৈ নিজকে এনে হানিকাৰক বিপদৰ পৰা ৰক্ষা কৰিব পাৰোঁ।”

প্ৰহৰীবুৰুজ জুলাই ১

“বৰ্তমান সময়ত জগতখনৰ অৱস্থা আগতকৈ অধিক বেয়ালৈ গতি কৰিছে, সেয়েহে কিছুমান হয়তো এইদৰে সুধিব পাৰে যে ‘ঈশ্বৰে এই দুষ্টতাক কিয় অধিক সময়লৈকে অস্তিত্বত থাকিবলৈ অনুমতি দিছে, তেওঁ কিয় ইয়াক শীঘ্ৰেই ধ্বংস নকৰে?’ এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] ঈশ্বৰে এটা কাৰণৰ বাবে এই দুষ্টতাক সহন কৰিছে কিন্তু অতি সোনকালে সেই সহনশীলতাৰ সমাপ্তি ঘটিব। এই আলোচনী খনৰ ২০ পৃষ্ঠাৰ পৰা আৰম্ভ হোৱা দুটা লেখে বৰ্ণনা কৰিছে যে আমি এই সময়ছোৱাত কি কৰিব পাৰোঁ।” ২ পিতৰ ৩:⁠১১, ১২ পদটো পঢ়ক।

সচেতন! আগষ্ট ৮

“এই কেইবছৰত গোটেই বিশ্বজুৰি বতৰৰ সৈতে সম্পৰ্ক থকা প্ৰাকৃতিক প্ৰলয় দেখিবলৈ পোৱা গৈছে। আপুনি এই বিষয়ে কি ভাবে? [উত্তৰৰ বাবে অলপ ৰওক।] এই আলোচনীখনত পৰিৱৰ্তন হোৱা বতৰৰ প্ৰণালীৰ বিষয়ে পৰীক্ষা আৰু বাইবেলৰ পৰা ইয়াৰ সমাধানৰ বিষয়ে আলোচনা কৰা হৈছে।” প্ৰকাশিত বাক্য ১১:⁠১৮ পদটো পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক