ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৪ পৃষ্ঠা ৪
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৪ পৃষ্ঠা ৪

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ মাৰ্চ ১

“আমি আপোনাক এপ্ৰিল ৪ তাৰিখ দেওবাৰে পালন কৰিবলগীয়া প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্‌যাপনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ কৰিছোঁ। [আলোচনীখনৰ শেষৰ পৃষ্ঠা বা নিমন্ত্ৰণ পত্ৰ ব্যৱহাৰ কৰি গৃহস্থক বুজাই দিয়ক। তাৰ পিছত লূক ২২:⁠১৯ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ আৰম্ভণিৰ ভাগত সেই ঘটনাৰ অৰ্থ আৰু কেনেকৈ ইয়াক উদ্‌যাপন কৰা হয় তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিছে।”

সচেতন! মাৰ্চ ২২

সকলোৰে মনত থকা কোনো এটা শোকাবহ দুৰ্ঘটনাৰ বিষয়ে উল্লেখ কৰাৰ পিছত, এইদৰে সোধক: “আপুনি কেতিয়াবা ভাবি আচৰিত হৈছেনে যে ঈশ্বৰে কিয় এনে হʼবলৈ আনুমতি দিছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পিছত যাকোব ১:⁠১৩ পদটো পঢ়ক।] আলোচনীখনৰ এই লেখটো বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে লিখা হৈছে আৰু ইয়াত বুজাই দিয়া হৈছে যে আমাৰ প্ৰেমী সৃষ্টিকৰ্ত্তাজনে মানুহে ভুগী থকা শোকাবহ পৰিস্থিতিক বন্ধ কৰিবলৈ কিয় এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই।”

প্ৰহৰীবুৰুজ মাৰ্চ ১

“বৰ্তমান সময়ত ঈশ্বৰে কেনেকৈ তেওঁৰ লোকবিলাকক নিৰ্দেশনা দিছে? আপুনি ভাবেনে যে কোনো ধৰ্ম্মীয় গুৰু বা এটা সংগঠনৰ দ্বাৰা নিৰ্দেশনা প্ৰদান কৰিছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত মথি ২৪:⁠৪৫-​৪৭ পদটো পঢ়ক।] এই লেখটোত বৰ্ণনা কৰিছে যে বিশ্বাসী আৰু বুদ্ধিমান “দাস” সকলক চিনি পাবলৈ ঈশ্বৰে কেনেকৈ তেওঁৰ লোকসকলক সহায় কৰিছে আৰু আমি তাৰ পৰা কেনেকৈ লাভৱান হʼব পাৰোঁ।

সচেতন! এপ্ৰিল ৮

“বহুতে মোচিৰ জীৱন কাহিনীৰ সৈতে পৰিচিত। আপুনি জানেনে যে মোচিয়ে এনে কিবা এটা বিষয়ে কৈছিল যি আমাৰ বৰ্তমান জীৱনত প্ৰভাৱিত কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত দ্বিতীয় বিবৰণ ১৮:⁠১৫ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত আলোচনা কৰা হৈছে যে উল্লেখ কৰা ভৱিষ্যৎবক্তাজন কোন আছিল আৰু সকলো মানৱজাতিয়ে কেনেকৈ তেওঁৰ পৰা লাভৱান হʼব।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক