ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মে’ পৃষ্ঠা ৩
  • আপুনি সাজু আছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি সাজু আছেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • প্ৰতিবাদৰ সন্মুখীন হʼবলৈ আপুনি সাজু হৈছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • সমস্যাৰ সময়ত আনক সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • দুৰ্যোগৰ পিছত কেনেকৈ সহায় কৰিব পাৰি?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মে’ পৃষ্ঠা ৩
এটা পৰিয়ালে আপদকালীন পৰিস্থিতিৰ বাবে বেগ প্ৰস্তুত কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি সাজু আছেনে?

আপুনি কোনো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? ভূমিকম্প, ভয়ানক ধুমুহা, বনজুই আৰু বানপানী আদি হঠাতে আহিব পাৰে আৰু বেয়াকৈ অনিষ্ট কৰিব পাৰে। ইয়াৰ উপৰিও উগ্ৰবাদীৰ আক্ৰমণ, প্ৰতিবাদ আৰু মহামাৰী যিকোনো সময়ত আৰু ঠাইত হʼব পাৰে। (উপ ৯:১২) এনে পৰিস্থিতি আমাৰ এলেকাত কেতিয়াও নহʼব বুলি ভবাটো ভুল হʼব।

যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ আমি যিমান পাৰোঁ, সিমান কৰা উচিত। (হিতো ২২:৩) এয়া সঁচা যে যিহোৱাৰ সংগঠনে সমস্যাৰ সময়ত আমাক সহায় কৰিবলৈ ব্যৱস্থা কৰে। কিন্তু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু থকাটো আমাৰ ব্যক্তিগত দায়িত্ব।—গালা ৬:৫.

প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • এজন ভায়ে বাইবেল পঢ়ি আধ্যাত্মিকভাৱে প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰস্তুত কৰিছে।

    যিহোৱাৰ লগত থকা দৃঢ় সম্পৰ্কই সমস্যাৰ সময়ত আমাক কেনেকৈ সন্মুখীন হʼবলৈ সহায় কৰে?

  • আপদকালীন পৰিস্থিতিৰ বাবে বেগ, যোগাযোগৰ তথ্য আৰু এটা ফোন।

    এয়া কিয়া গুৰুত্বপূৰ্ণ . . .

    • • যিকোনো প্ৰাকৃতিক দুৰ্যোগ অহাৰ আগত, সেইসময়ত আৰু পাছত আমি প্ৰাচীনৰ লগত ভাল যোগাযোগ ৰখা?

    • • আপদকালীন পৰিস্থিতিৰ বাবে বেগ প্ৰস্তুত কৰি ৰখা?—g১৭.৫-HI ৬

    • • আমাৰ এলেকাত কেনে প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে আৰু এনে পৰিস্থিতিত কি কৰিব লাগে, তাৰ বিষয়ে আলোচনা কৰা?

  • ছবি:প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এজনে আনজনক সহায় কৰাৰ উপায় সমূহ। ১. এজন ভায়ে প্ৰাৰ্থনা কৰিছে। ২. প্ৰাকৃতিক দুৰ্যোগ সাহায্য সমিতিৰ ভাইসকলে সহায় কৰিছে। ৩. এজন ভায়ে ৰাজ্যগৃহত দান-বৰঙনি আগবঢ়াইছে।

    প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষয়-ক্ষতি হোৱা লোকসকলক কি তিনিটা উপায়েৰে আমি সহায় কৰিব পাৰোঁ?

আপুনি সহায় কৰিবলৈ আগবাঢ়ি আহিবনে?

সাহায্য সেৱাত কাম কৰিবলৈ বহুতো ভাই-ভনীৰ আৱশ্যক। যদি আপুনি সহায় কৰিব বিচাৰে, তেনেহʼলে অতি সোনকালে প্ৰাচীনৰ লগত যোগাযোগ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক