ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০২ পৃষ্ঠা ৭
  • স্মৰণীয় পৰ্বৰ সোঁৱৰণী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্মৰণীয় পৰ্বৰ সোঁৱৰণী
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • স্মৰণীয় পৰ্ব্ব পালন কৰা
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্বৰ বিষয়ে সোঁৱৰাই দিয়া হ’ল
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০২ পৃষ্ঠা ৭

স্মৰণীয় পৰ্বৰ সোঁৱৰণী

এই বছৰৰ স্মৰণীয় পৰ্ব মাৰ্চ ২৮ তাৰিখ বৃহস্পতিবাৰ দিনা উৎযাপন কৰা হʼব। সেইবাবে প্ৰাচীনসকলে তলত দিয়া বিষয়সমূহক মনোযোগ দিয়া আৱশ্যক:

▪ স্মৰণীয় পৰ্বৰ সময়ত এইটো ঠিৰাং কৰা আৱশ্যক যে স্মৰণীয় প্ৰতীক চিহ্ন সূৰ্য্য অস্ত যোৱাৰ পাছতহে যেন হস্তান্তৰ কৰে।

▪ বক্তা আৰু সকলোকে স্মৰণীয় পৰ্ব উদ্‌যাপনৰ সময় আৰু স্থানৰ বিষয়ে আগতীয়াকৈ জনাই দিয়া আৱশ্যক।

▪ উচিত প্ৰকাৰে পিঠা আৰু দ্ৰাক্ষাৰস তৈয়াৰ কৰা আৱশ্যক।​—⁠ফ্ৰেব্ৰুৱাৰী ১৫, ১৯৮৫ চনৰ প্ৰহৰীবুৰুজ, ১৯ পৃষ্ঠা চাওঁক।

▪ স্মৰণীয় পৰ্ব উৎযাপন কৰা স্থানলৈ প্লেট আৰু গিলাচ, উপযুক্ত মেজ, মেজৰ কাপোৰ অনা আৱশ্যক আৰু সেইবোৰ আগতীয়াকৈ যথাস্থানত ৰখা উচিত।

▪ স্মৰণীয় পৰ্বৰ বাবে ব্যৱহাৰ কৰা ৰাজ্যগৃহ বা আন স্থানক আগতীয়াকৈ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা আৱশ্যক।

▪ নিৰ্বাচিত কৰা এটেনডেনট্‌ আৰু স্মাৰক প্ৰতীক চিহ্ন চোৱা-চিতা কৰা ভাইসকলক আগতীয়াকৈ তেওঁলোকৰ কাম আৰু সঠিক কাৰ্য্য পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া উচিত। তেওঁলোকৰ সাজ-পোছাক সন্মানীয় হোৱা আৱশ্যক।

▪ স্মৰণীয় পৰ্বত উপস্থিত হʼব নোৱাৰা দুৰ্ব্বল শৰীৰৰ অভিষিক্ত ব্যক্তিসকলক অনা-নিয়া কৰাৰ বাবে ব্যৱস্থা কৰা আৱশ্যক।

▪ যেতিয়া কেইবাখনো মণ্ডলীয়ে একেখন ৰাজ্যগৃহত স্মৰণীয় পৰ্ব উদ্‌যাপন কৰিবলৈ পৰিকল্পনা কৰে তেতিয়া মণ্ডলীয়ে ভালদৰে ব্যৱস্থা কৰা উচিত যাতে ৰাস্তা, পদূলি আৰু ৰাজ্যগৃহৰ প্ৰৱেশ দুৱাৰত অকাৰণতে ভিৰ নহয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক