ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১১
  • সমস্যাৰ সময়তো নম্ৰ হৈ থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সমস্যাৰ সময়তো নম্ৰ হৈ থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱাৰ আগেয়ে তেওঁক বিচাৰা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • নিৰ্দোষী হৈ থাকিবলৈ সিদ্ধ হোৱাৰ প্ৰয়োজন নাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১১
এজন ডেকা ভাইয়ে সভালৈ যাবলৈ উলাইছে। সেইসময়তে তেওঁৰ পিতৃ, যি যিহোৱাৰ সাক্ষী নহয়, তেওঁক গালি পাৰিছে। কিন্তু ভাইজন শান্ত হৈ আছে। তেওঁৰ ঘৰত মূৰ্ত্তি, বহুতো ফটো আৰু বৰদিনৰ গছ ৰখা আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সমস্যাৰ সময়তো নম্ৰ হৈ থাকক

যেতিয়া লোকসকলে মোচিক আমনি কৰিবলৈ ধৰিলে, তেতিয়া তেওঁৰ বাবে নম্ৰ হৈ থকাটো কঠিন হৈ পৰিছিল (গণ ২০:২-৫; w১৯.০২–HI ১২ ¶১৯)

মোচিয়ে নিজৰ ধৈৰ্য্য হেৰুৱালে আৰু নম্ৰ হৈ থাকিব নোৱাৰিলে (গণ ২০:১০; w১৯.০২–HI ১৩ ¶২০-২১)

মোচি আৰু হাৰোণে যি ডাঙৰ ভুল কৰিলে, তাৰ বাবে যিহোৱাই তেওঁলোকক শাস্তি দিলে (গণ ২০:১২; w১০–HI ১/১ ২৭ ¶৫)

যিসকল লোক নম্ৰ হয়, তেওঁলোকে অহংকাৰ আৰু সহজে খং নকৰে। যদি কোনোবাই তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়াও তেওঁ সহজে ব্যাকুল নহয়। তেওঁলোকে ধৈৰ্য্য ধৰে আৰু প্ৰতিশোধ লোৱাৰ ভাৱনা নাৰাখে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক